Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

কলম | Pen Poetry in Assamese

 

কলম

-- আবুল কালাম আজাদ৷

কলম


হাজাৰ হাজাৰ বন্দুক বাৰুদে

ৰোধিব নোৱাৰা অস্ত্ৰ কলম

অদমনীয় শক্তিৰ উৎস কলম

সন্মুখ সমৰত শত্ৰুক পৰাস্ত 

কৰাৰ উদ্ধীপনা কলম

অহিংসাৰ অন্তীম বানী কলম

স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী 

প্ৰস্তুতৰ অৰিহনা কলম

প্ৰযুক্তি বিদ্যা প্ৰসাৰৰ 

বিজ্ঞান সন্মত আহিলা কলম

শিক্ষা বিস্তাৰৰ বাবে মূলমন্ত্ৰ কলম

মূলত বিৰাট মহাশক্তি কলম৷ 0 0 0


ৰংসনা কবিতা

Post a Comment

0 Comments