Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

সুখৰ সন্ধান

 

সুখৰ সন্ধান

-- আবুল কালাম আজাদ৷


সুখৰ সন্ধান


শৰীৰটো জ্বলি আছে গৰমত

টোপ টোপকৈ নিগৰিছে ঘামৰ টোপাল

এজাক বৰষুণৰ বাবে ছটফটাইছে মন

বৰষাৰ টোপাল বৰষুণৰ 

শৰীৰত আনিলে সুখৰ সন্ধান৷


সাঁতুৰি থাকো নৈৰ বুকুত 

শীতল পানীৰ পৰশত সুখৰ আশাত

সুখেতো মোকেই  আছে আৱৰি

বৰৰ্ষাৰ শীতল মলয়া বতাহ


আমি মৰুভুমিত কৰো সুখৰ অনুসন্ধান

মৰুভুমিত আবৰি আছে মৰিচীকাৰ মৰুদ্যান

মিচিকিয়াই হাঁহি সুখবোৰ ধৰি আছে সাবটি৷0 0 0


ৰংসনা কবিতা

Post a Comment

0 Comments