সংগ্ৰামী মন
-- আবুল কালাম আজাদ৷
মোৰ সংগ্ৰামী মন
কৰো কঠোৰ জীৱন সংগ্ৰাম
প্ৰায় মৃত প্ৰাণ
অৱশ জীৱন্ত শৰীৰ
আশাহীন অসীম বাট
অদ্ধৰ্হাৰে আনাহাৰ পেট
শূন্যতা ভৰা উকা হৃদয়
ৰিক্ত চকুপানী নিষ্প্ৰভ জীৱন
বেদনাই ভৰা দহি থকা মন
তথাপি ....
থাকিব বিচাৰো জীয়াই জগতত
লক্ষ্যত হ’বলৈ উপনীত
কৰে কঠোৰ জীৱন সংগ্ৰাম
... মোৰ সংগ্ৰামী মন৷0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.