বিপ্লৱ
- আবুল কালাম আজাদ
আমি বিপ্লৱী
নামানো তোমালোকৰ অপশাসন
ভাঙি চূৰমাৰ কৰিম আমি
তোমালোকে গঢ়া অপশাসনৰ সিংহাসন ৷
আমাৰ নিৰৱছিন্ন অবিৰত আন্দোলন গৰ্জি উঠিব
তোমালোকৰ অত্যাচাৰী অপশাসনৰ বিৰুদ্ধে
তোমালোকৰ প্ৰস্তুতি অন্যায়-অপশাসনৰ
জনতাৰ তেজত পানী ঢালি পি খোৱাৰ যুঁজ
অন্যায় অপশাসনৰ বিৰুদ্ধে যুঁজি আমি
আদালতৰ কাঠ গঢ়াত বা ফাঁচি কাঠত
থিয় দিবলৈ প্ৰস্তুত ৷
আজিৰ পৃথিৱীত ন্যায়ৰ যুদ্ধত
বহু বীৰ অপশাসনৰ কবলত পৰাজিত
অপশাসকৰ কুটিল আগ্ৰাসনত নিচিহ্ন
শাসকযন্ত্ৰৰ বন্ধীশালৰ আন্ধাৰ কুটীৰত নিহত ৷
কেৱলমাত্ৰ ...
সহানুভূতিহীন সমবেদনা কৃত্ৰিম চকুলো
সৌজন্যতাৰ খাতিৰত বিজয়মাল্য অৰ্পণ
সাম্প্ৰতিক অজ্ঞানীয়ে বিজ্ঞানী, কুখ্যাতই বিখ্যাত
বুদ্ধিজীৱিই দেশদ্ৰুহী।
তথাপিও ...
অপশাসনৰ বিৰুদ্ধে আমাৰ বিপ্লৱ...
আমি দৃঢ় সংকল্পবদ্ধ ৷ 0 0 0
ৰংসনা কবিতা
কেইখনমান অসমীয়া গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক 'চিৰাজ'-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা : এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note making
- Notice Writing
- Paragraph Writing
- Passage Comprehension
- The Art of Poster Writing
- Report Writing
- School Essays Part-I
- School Essays Part -II
- Story Writing
- Substance Writing
- The Art of Letter Writing
- School English Grammar Part-I
- School English Grammar Part-II
1 Comments
Fine, You have talent.
ReplyDeleteComment should be formative and suggestive.