বাস্তৱ জীৱন
-- আবুল কালাম আজাদ৷
দুৰ্বিসহ নিষ্ঠুৰ জীৱন
প্ৰচণ্ড ক্ষোভ
অনুভৱ অসহায়
চকুত নাই চকুলো
বিষাক্ত বিষময় সময়
দুখৰ সমুদ্ৰত তথৈবচ
বিষন্ন জীৱন
ইচ্ছা আকাংখা চূৰ্ণ-বিচূৰ্ণ
মুক্তিৰ দুৱাৰ পথ বন্ধ
নিষ্প্ৰভ জীৱন
আকস্মিক বেদনা
উমি উমি জ্বলা স্ফুলিঙ্গ
বিষাদভৰা মনৰ দাবানল
বতাহেও নোৱাৰে দমাব
অসহনীয় বাস্তৱ জীৱন৷0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.