Ticker

    Loading......

Advertisement

Responsive Advertisement

সম্প্ৰীতি

 

সম্প্ৰীতি

-- আবুল কালাম আজাদ৷


সম্প্ৰীতি


নৱ প্ৰজন্মৰ প্ৰত্যাশা

দুৰন্ত শক্তি নৱ প্ৰজন্মৰ

শৃংখলাবদ্ধতাৰ সমাহাৰ

সময়ৰ সদ ব্যৱহাৰ

সুস্থ্য সবল সমাজ গঢ়াৰ

মনৰ ভাৱনাক

ৰামধেনুৰ ৰং ছটিয়াই

সাম্প্ৰদায়িক সংঘৰ্ষৰ

লেলিহান শিখা

প্ৰতিহত কৰি 

সম্প্ৰীতিৰ সঁফুৰা

সংঘাতৰ সুপ্ত দাবানল

সংযমৰ চিত্ৰ আঁকি

সম্প্ৰীতিৰ মিলন বানীৰ 

পতাকা উৰুৱাই 

উন্মুক্ত কৰা সমন্বয়ৰ চানেকি৷0 0 0


ৰংসনা কবিতা

Post a Comment

0 Comments