জীৱন
-- আবুল কালাম আজাদ৷
জীৱন মানেই আশা- আকাংখা
জীৱন মানেই জ্বালা-যন্ত্ৰণা
জীৱন মানেই প্ৰাপ্তিৰ আনন্দ
জীৱন মানেই অপ্ৰাপ্তিৰ দুখ-বেদনা
জীৱন মানেই প্ৰেৰণাৰ উৎস
জীৱন মানেই ব্যস্ততাপূৰ্ণ কৰ্ম
জীৱন মানেই সংগ্ৰামৰ ধৈৰ্য
জীৱন মানেই পৰিশ্ৰমৰ প্ৰতীক্ষা
জীৱন মানেই মৃত্যুৰ অপেক্ষা
জীৱন মানেই সৃষ্টি কৰ্তাৰ
অতুলনীয় ... অনুপম সৃষ্টি৷0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.