ক্ষুন্ন প্ৰকৃতি
-- আবুল কালাম আজাদ৷
মানৱ জাতিৰ আচৰণত প্ৰকৃতি সম্প্ৰতি ক্ষুন্ন
মহামাৰী কৰোণাৰ বিভেষিকা
প্ৰলয়ঙ্কাৰী ভুঁইকপৰ তাণ্ডৱ
কৰোণাৰ সংহাৰী ৰূপ
আতংকিত সমগ্ৰ পৃথিৱী
কৰোণাৰ কবলত কতজন বিলীন
কিমান যে নিৰাশ্ৰয়া
দিশাহাৰা কতজন ক্ষুদাৰ তাড়ণা
জৰাজীৰ্ণ জীৱন বিপৰ্যস্ত প্ৰাণ
প্ৰকৃতি সম্প্ৰতি মানৱ জাতিৰ আচৰণত ক্ষুন্ন৷0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.