জোনবাই
জোনবাই এ’- তৰা এটি দিয়া
এটি তৰা নালাগে দুটি তৰা দিয়া |
পাত নাই চোত নাই কিহতকৈ দিম ?
হালধীয়া চৰায়ে বাও ধান খায়
সাউদৰ পুতেকে নাও মেলি যায় |
নৱে বোলে তুলুং – ভুটুং
বঠই বোলে বাওঁ
গধূলিতে গধূলিতে দবা কোবাওঁ | 0 0 0
ৰংসনা কবিতা
জোনবাই এ’- তৰা এটি দিয়া
এটি তৰা নালাগে দুটি তৰা দিয়া |
পাত নাই চোত নাই কিহতকৈ দিম ?
হালধীয়া চৰায়ে বাও ধান খায়
সাউদৰ পুতেকে নাও মেলি যায় |
নৱে বোলে তুলুং – ভুটুং
বঠই বোলে বাওঁ
গধূলিতে গধূলিতে দবা কোবাওঁ | 0 0 0
ৰংসনা কবিতা
1 Comments
Good Poem. Hope more to read.
ReplyDeleteComment should be formative and suggestive.