Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

নোৱাৰোঁ

 

নোৱাৰোঁ  

 কবিঃ   মঃ চোলেইমান খাঁ।


নোৱাৰো


নোৱাৰোঁ’ কথাটি হেৰা বেয়া কথা বৰ

কদাপি নহয় সিটি কথা মানুহৰ।

এলেহুৱা যিটো হয়

নোৱাৰোঁ সিটোৱে কয়;

তেনেহ`লে তুমি কিয় নোৱাৰো বুলিবা?

এলেহুৱা হৈ কিয় জীৱন ধৰিবা?


ভাল নাম পবলৈ যদি কৰা মন,

তেনহলে নুবুলিবা নোৱাৰোঁ বচন 

দহজনে পাৰে যিটো

তুমিও পাৰিবা সিটো,

হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা,

এক বাৰে নোৱাৰিলে এশ বাৰে কৰা 000


ৰংসনা কবিতা

কেইখনমান  অসমীয়া গ্রন্থ:

  1. অসমীয়া লেখক পৰিচয়
  2. বিশ্ব ব্যক্তি পৰিচয়
  3. অসমীয়া ৰচনা শিক্ষা
  4. অসমীয়া ভাব সম্প্রসাৰণ
  5. এক গুচ্ছ জীৱনী
  6. শিশু পদ্য
  7. অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  8. অসমীয়া অনুবাদত বিশ্ব কবিতা
  9. অসমীয়া অনুবাদত বিদেশী কবিতা
  10. পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  11. সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  12. মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  13. তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  14. তোমাকে বলছি (বাংলা কবিতা সংকলন)
  15. ফণী শৰ্মাৰ নাটক 'চিৰাজ'-এক সমালোচনা
  16. হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  17. ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  18. ইছমাইল হোছেইনৰ কবিতা : এক বিশ্লেষণাত্মক অধ্যয়
  19. অসমীয়া উপন্যাস সমালোচনা
  20. অসমীয়া চুটি গল্প সমালোচনা
  21. মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  22. অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  23. নির্বাচিত অসমীয়া কবিতা সমালোচনা
  24. অসমীয়া ব্যাকৰণ ক অংশ
  25. অসমীয়া ব্যাকৰণ খ অংশ


Post a Comment

0 Comments