দিৱস অক্টোবৰ
১ অক্টোবৰ - বিশ্ব বৃদ্ধ দিৱস, বিশ্ব সংগীত দিৱস।
২ অক্টোবৰ - গান্ধী জয়ন্তী, বিশ্ব অহিংসা দিৱস।
৩ অক্টোবৰ - বিশ্ব আবাস দিৱস, বিশ্ব প্ৰকৃতি দিৱস।
৪ অক্টোবৰ - বিশ্ব পশু কল্যাণ দিৱস।
৮ অক্টোবৰ - ভাৰতীয় বায়ুসেনা দিৱস।
৯ অক্টোবৰ - বিশ্ব ডাকঘৰ দিৱস।
১০ অক্টোবৰ - বিশ্ব ডাক দিৱস।
১৩ অক্টোবৰ - ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক প্ৰাকৃতিক বিপৰ্যয় হ্ৰাসকৰণ দিৱস।
১৪ অক্টোবৰ - বিশ্বমান দিৱস।
১৬ অক্টোবৰ - বিশ্ব খাদ্য দিৱস।
১৭ অক্টোবৰ - অসম ক্ৰীড়া দিৱস।
২০ অক্টোবৰ - ৰাষ্ট্ৰীয় একতা দিৱস, বিশ্ব পৰিসংখ্যা দিৱস।
২৪ অক্টোবৰ - ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস, বিচব উন্নয়ন বাৰ্তা দিৱস।
২৫ অক্টোবৰ - বিশ্ব শন্তি দিৱস।
২৯ অক্টোবৰ - বিশ্ব ষ্ট্ৰোক দিৱস।
৩০ অক্টোবৰ - বিশ্ব মিতব্যয়িতা দিৱস।
৩১ অক্টোবৰ - ৰাষ্ট্ৰীয় সংহতি দিৱস।0 0 0
দিৱসসমূহ ঃ
- দিৱস জানুৱাৰী
- দিৱস ফেব্ৰুৱাৰী
- দিৱস মাৰ্চ
- দিৱস এপ্ৰিল
- দিৱস মে’
- দিৱস জুন
- দিৱস জুলাই
- দিৱস আগষ্ট
- দিৱস ছেপ্তেম্বৰ
- দিৱস অক্টোবৰ
- দিৱস নৱেম্বৰ
- দিৱস ডিচেম্বৰ
0 Comments
Comment should be formative and suggestive.