Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

দিৱস ফেব্ৰুৱাৰী

 

দিৱস ফেব্ৰুৱাৰী


দিৱস  ফেব্ৰুৱাৰী


২ ফেব্ৰুৱাৰী  -  বিশ্ব জলাশয় দিৱস, শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় দিৱস।

৪ ফেব্ৰুৱাৰী  – শ্ৰীলঙ্কাৰ স্বাধীনতা দিবস।

৫ ফেব্ৰুৱাৰী  -  কাশ্মীৰ দিৱস (পাকিস্তানৰ উদ্যোগত)।

৮ ফেব্ৰুৱাৰী  -  বিদ্যাৰ্থী দিৱস।

১৩ ফেব্ৰুৱাৰী  -  সৰোজনী নাইডু জন্ম দিৱস।

১৪ ফেব্ৰুৱাৰী  -  ভেলেণ্টাইন ডে’।

১৫ ফেব্ৰুৱাৰী  -  কানাডাৰ পতাকা দিৱস

২০ ফেব্ৰুৱাৰী  - অৰুণাচল আৰি মিজোৰাম দিৱস।

২১ ফেব্ৰুৱাৰী - আন্তৰ্জাতিক মাতৃভাষা দিবস।

২২ ফেব্ৰুৱাৰী - চিন্তন দিৱস, ছেণ্ট লুছিয়াৰ স্বাধীনতা দিৱস।

২৪ ফেব্ৰুৱাৰী - কেন্দ্ৰীয় আবকাৰী দিৱস, মেক্সিকোৰ পতাকা দিৱস।

২৬ ফেব্ৰুৱাৰী - কুয়েটৰ বিজয় দিৱস।

২৮ ফেব্ৰুৱাৰী - ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। 0 0 0


দিৱসসমূহ ঃ

  1. দিৱস জানুৱাৰী
  2. দিৱস ফেব্ৰুৱাৰী
  3. দিৱস মাৰ্চ
  4. দিৱস এপ্ৰিল
  5. দিৱস মে’
  6. দিৱস জুন
  7. দিৱস জুলাই
  8.  দিৱস  আগষ্ট
  9. দিৱস ছেপ্তেম্বৰ
  10. দিৱস অক্টোবৰ
  11. দিৱস নৱেম্বৰ
  12. দিৱস ডিচেম্বৰ

Post a Comment

0 Comments