জামু
জামুৰ ঔষধি গুণাগুণ
জামু আৰু জামুৰ গুটি দুয়োবিধেই ডাইবেটিছ বেমাৰীৰ বাবে বৰ উপকাৰী৷ জামুৰ বীজৰ মাজত
আছে জাম্বলিন নামৰ গ্লুকোছাইট৷ গ্লুকোছাইট স্টাৰ্চক শৰ্কৰাত ৰূপান্তৰিত হোৱাৰ পৰা ৰক্ষা
কৰে৷ যিয়ে পুৰুষ-মহিলাৰ ডাইবেটিছ (মধুমেহ) ৰোগ নিয়ন্ত্ৰণ কৰে৷ ই তেজ আৰু প্ৰস্ৰাৱত
ছুগাৰ লেভেল (চেনিৰ পৰিমাণ) হ্ৰাস কৰে৷
পেট ফুলা, বদহজমি, পেটৰ বিষ আদি ৰোগ নিৰাময়ৰ বাবে জামু বৰ উপকাৰী৷ ভোক নলগা কোষ্ঠকাঠিন্যতাৰ
বাবে জামুৰ ৰস পানীৰ লগত সম পৰিমাণ মিহলই পুৱা-আবেলি পান কৰিলে দ্ৰুত আৰোগ্য লাভ হয়৷
ডিঙিৰ সমস্যাৰ ক্ষেত্ৰত জামু ফলদায়ক৷ জামু গছৰ ছালৰ পেস্ট প্ৰস্তুত কৰি পানীত মিহলাই
মাউথ ওৱাশ কৰিলে ডিঙি পৰিষ্কাৰ হয়, মুখৰ দুৰ্গোন্ধ দূৰীভূত
হয়; দাঁতৰ আলুৰ সমস্যা থাকিলেও আৰোগ্য
পোৱা যায়৷
জামু গছৰ পাত শুকুৱাই ছাই কৰি দাঁত ঘঁহিলে দাঁতৰ আলু শক্তিশালী হয়৷
জামু খালে মুখৰ ভিতৰৰ ঘাঁ ভাল হয়, তেজ পৰিস্কাৰ কৰে আৰু ৰক্তহীনতা দূৰ কৰে৷
জামুয়ে মুখমণ্ডলৰ উজ্জ্বলতাও বৃদ্ধি কৰে৷
সুস্বাস্থ্যৰ বাবে জামু বৰ উপকাৰী যদিও অত্যাধিক পৰিমাণে জামু খালে পেটত গেছ হ’ব পাৰে৷ জামুত অলপ নিমখ মিহলাই খাব লাগে৷ 0 0 0
কেইখনমান অসমীয়া গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক 'চিৰাজ'-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা : এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note making
- Notice Writing
- Paragraph Writing
- Passage Comprehension
- The Art of Poster Writing
- Report Writing
- School Essays Part-I
- School Essays Part -II
- Story Writing
- Substance Writing
- The Art of Letter Writing
- School English Grammar Part-I
- School English Grammar Part-II
0 Comments
Comment should be formative and suggestive.